অসম চেম্বাৰ অফ্ কমাৰ্চৰ অধ্যক্ষ শ্ৰদ্ধাৰ ৰূপম গোস্বামী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰচৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে। এয়া কেৱল অসম চেম্বাৰ অফ্ কমাৰ্চৰ বাবেই গৌৰৱৰ বিষয় নহয় বৰং সমগ্ৰ ৰাজ্যখনৰ বাবেই এক গৌৰৱৰ মুহুৰ্ত।কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰ্চৰ দৰে এটি অনুষ্ঠানৰ উপ-সভাপতি পদত অধিষ্ঠিত হোৱাতো এক বৃহৎ সফলতা। ক’ভিড ১৯ ৰ বাবে সৃষ্টি হোৱা কঠিন সময়খিনিত চৰকাৰে ঘোষণা কৰা সাহাৰ্য্য পেকেজৰ ক্ষেত্ৰত কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰ্চে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ৰ নীতি নিৰ্দ্ধাৰণ কৰা মুখ্য দলটোৰ এজন সদস্য হিচাপে ৰূপম গোস্বামী ডাঙৰীয়াও অংশীদাৰ আছিল আৰু তেওঁলোকে নিৰ্দ্ধাৰণ কৰা নীতিসমূহ চৰকাৰলৈ অৰ্থনৈতিক সংস্কাৰৰ হেতু প্ৰেৰণ কৰিছিল। আমি অসম চেম্বাৰ অফ্ কমাৰ্চে গোস্বামী ডাঙৰীয়াৰ এই সফলতাৰ বাবে গৌৰৱবোধ কৰিছো লগতে অসম চেম্বাৰ অফ্ কমাৰ্চৰ প্ৰতিগৰাকী সদস্যৰ তৰফৰ পৰা ৰূপম গোস্বামী ডাঙৰীয়াক শুভেচ্ছা ও শুভকামনা জনাইছো আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।
ৰূপম গোস্বামী দ্বিতীয়বাৰৰ বাবে কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰচৰ ৰাষ্ট্ৰীয় উপ-সভাপতি নিৰ্বাচিত
feel free to call us +919954050685 / +919085061400 info@assamchamberofcommerce.com
-
ৰূপম গোস্বামী দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ নতুন অধ্যক্ষ
admin, , Business News, 0
দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ অধ্যক্ষৰ কার্যভাৰ ল’লে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে। গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকা নিগমৰ কাৰ্যালয়ত উপস্হিত হৈ...
-
ACC Chairman to meet German Consul General
admin, , ACC News, 0
ACC Chairman Mr. Rupam Goswami will meet the German Consul General Dr. Michael Feiner on his maiden trip to...
-
Global Investors Summit – Advantage Assam from February 3-4
Mowsam Hazarika, , Business News, 0
The Global Investors Summit, organised by the Government of Assam will be held from February 3-4, 2018 in Guwahati....
-
‘ত্ৰিনয়ন গ্ৰামীণ ফুড প্ৰডাক্ট’ৰ জৰিয়তে আশাৰ ৰেঙণি দেখুৱাইছে ইলামনি বৰাই
admin, , Business News, 0
জাগীৰোডঃ এগৰাকী মহিলা, দুচকুত অলেখ সপোন, নিজাকৈ কিবা এটা কৰাৰ। ঘৰ-সংসাৰৰ দায়িত্বই হেচাঁ মাৰি ধৰি আছিল সপোনটোক, অস্থিৰ হৈ...
-
Challenges post COVID-19 Lockdown and their possible solutions
admin, , ACC News, ACC, Covid-19, Lockdown, Post lockdown challanges, 0
A Comprehensive study of challenges post COVID-19 lockdown and their possible solutions by Sisir Dev Kalita, Secretary-General, Assam Chamber...
-
Indian Railways freed from legacy problems
admin, , Business News, 0
Much to the credit of prime minister Modi and railway minister Prabhu, IR has been largely freed from the...
-
Not just friends, taxmen too checking out FB holiday pics
admin, , ACC News, 0
A photo of your shiny new car on Instagram or the Facebook post about your chic holiday cottage may...
-
Rupee drops 7 paise against US dollar
admin, , Business News, 0
The rupee depreciated 7 paise to 66.97 against the US dollar in early trade today on fresh demand for...