অসম চেম্বাৰ অফ্ কমাৰ্চৰ অধ্যক্ষ শ্ৰদ্ধাৰ ৰূপম গোস্বামী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰচৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে। এয়া কেৱল অসম চেম্বাৰ অফ্ কমাৰ্চৰ বাবেই গৌৰৱৰ বিষয় নহয় বৰং সমগ্ৰ ৰাজ্যখনৰ বাবেই এক গৌৰৱৰ মুহুৰ্ত।কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰ্চৰ দৰে এটি অনুষ্ঠানৰ উপ-সভাপতি পদত অধিষ্ঠিত হোৱাতো এক বৃহৎ সফলতা। ক’ভিড ১৯ ৰ বাবে সৃষ্টি হোৱা কঠিন সময়খিনিত চৰকাৰে ঘোষণা কৰা সাহাৰ্য্য পেকেজৰ ক্ষেত্ৰত কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰ্চে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ৰ নীতি নিৰ্দ্ধাৰণ কৰা মুখ্য দলটোৰ এজন সদস্য হিচাপে ৰূপম গোস্বামী ডাঙৰীয়াও অংশীদাৰ আছিল আৰু তেওঁলোকে নিৰ্দ্ধাৰণ কৰা নীতিসমূহ চৰকাৰলৈ অৰ্থনৈতিক সংস্কাৰৰ হেতু প্ৰেৰণ কৰিছিল। আমি অসম চেম্বাৰ অফ্ কমাৰ্চে গোস্বামী ডাঙৰীয়াৰ এই সফলতাৰ বাবে গৌৰৱবোধ কৰিছো লগতে অসম চেম্বাৰ অফ্ কমাৰ্চৰ প্ৰতিগৰাকী সদস্যৰ তৰফৰ পৰা ৰূপম গোস্বামী ডাঙৰীয়াক শুভেচ্ছা ও শুভকামনা জনাইছো আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছো।
ৰূপম গোস্বামী দ্বিতীয়বাৰৰ বাবে কনফেডাৰেচন অফ্ অল ইণ্ডিয়া ট্ৰেডাৰচৰ ৰাষ্ট্ৰীয় উপ-সভাপতি নিৰ্বাচিত
feel free to call us +919954050685 / +919085061400 info@assamchamberofcommerce.com
-
Big business players taking keen interest in Assam: Sonowal
admin, , Business News, 0
Assam Chief Minister Sarbananda Sonowal on Saturday said big business players are taking a keen interest in the state...
-
All India traders to strike against Walmart-Flipkart deal on September 28: CAIT
admin, , Business News, 0
The Confederation of All India Traders (CAIT) on Monday called for an all India traders strike against the Walmart-Flipkart...
-
Union Budget 2018 may fuel inflation going ahead, notes MPC
admin, , Business News, Industry, 0
The Reserve Bank welcomes the Budget focus on rural and infrastructure sectors that would support rural income and investment...
-
মাননীয় মুখ্যমন্ত্ৰীলৈ অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত অসম চেম্বাৰ অফ্ কমাৰ্চৰ পৰামৰ্শ
admin, , ACC News, 0
আজি গুৱাহাটীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ‘ক’ভিড-১৯ পৰিস্থিতি আৰু লকডাউনৰ ফলত অসমৰ উদ্যোগ আৰু ব্যৱসায় খণ্ডত...
-
Indian Railways freed from legacy problems
admin, , Business News, 0
Much to the credit of prime minister Modi and railway minister Prabhu, IR has been largely freed from the...
-
Key highlights of Assam Budget 2017-18
admin, , Business News, 0
GUWAHATI: Assam finance minister, Himanta Biswa Sarma on Tuesday presented the Budget for 2017-18. Here are some key highlights…...
-
Guwahati-based enterprise among top 100 SMEs in India
admin, , ACC News, Business News, 0
Guwahati-based Out of Home (OOH) media firm’s Outreach Advertising has made it to the list of top 100 Small...
-
Bongaigaon district declared as Red Zone area.
admin, , ACC News, 0
Assam on Thursday reported four more coronavirus cases. With the new cases, the state tally has now gone up...