কনফেডাৰচন অফ অল ইণ্ডিয়া ট্ৰেডাৰছ চমুকৈ (CAIT) ৰ উদ্যোগত নতুন দিল্লীত ২৩ জুলাই ৰ পৰা ২৫ জুলাই লৈকে তিনিদিনিয়াকৈ অনুস্থিত হোৱা ৰাষ্টীয় ব্যৱসায়ী মহাঅধিবেশনত অসম চেম্বাৰ অফ কমাৰ্চে সক্ৰিয় ভাৱে অংশগ্ৰহন কৰে । কনফেডাৰচন অফ অল ইণ্ডিয়া ট্ৰেডাৰছ ৰ সৰ্বভাৰতীয় উপ সভাপতি তথা অসম চেম্বাৰ অফ কমাৰ্চৰ সন্মানীয় অধ্যক্ষ শ্ৰী যুত ৰূপম গোস্বামী ডাঙৰীয়াই অংশগ্ৰহন কৰাৰ লগতে অসমৰ বহুকেইখন জিলাৰ প্ৰতিনিধি বৰ্গই এই সৰ্বভাৰতীয় স্তৰৰ অনুস্থানটিত অংশগ্ৰহন কৰে । তিনিদিনিয়াকৈ অনুস্থিত হোৱা এই অধিবেশনৰ উদ্ধোধক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় শ্ৰী যুত ৰাজনাথ সিং ডাঙৰীয়া । সন্মানীয় ৰাজনাথ সিং ডাঙৰীয়াক অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী ডাঙৰীয়াই অসমীয়াৰ স্বাভিমান এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় । অনুস্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই অসমীয়াৰ স্বাভিমান গামোচা খন ডিঙিত লৈ তেও ভাষন আৰাম্ভ কৰে আৰু অসম চেম্বাৰ অফ কমাৰ্চক বিশেষ ভাৱে ধন্যবাদ জ্ঞাপন কৰে । অনুস্থানটিত উপস্থিত থকা অসম চেম্বাৰ অফ কমাৰ্চৰ সকলো সন্মানীয় সদস্যকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো । আমাৰ বিশ্বাস এই অনুস্থানৰ জৰিয়তে আমাৰ ব্যৱসায়ী সকলে এক নতুন মাত্ৰা লাভ কৰিব ।
[smartslider3 slider=6]
ৰাষ্টীয় ব্যৱসায়ী মহাঅধিবেশনত ACCৰ সক্ৰিয় অংশগ্ৰহন
feel free to call us +919954050685 / +919085061400 info@assamchamberofcommerce.com
-
ACC takes initiatives for small traders of Bokakhat
admin, , ACC News, 0
A discussion was organized by ACC Bokakhat with small traders and bank officials of Bokakhat regarding small finances and...
-
মাননীয় মুখ্যমন্ত্ৰীলৈ অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত অসম চেম্বাৰ অফ্ কমাৰ্চৰ পৰামৰ্শ
admin, , ACC News, 0
আজি গুৱাহাটীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ‘ক’ভিড-১৯ পৰিস্থিতি আৰু লকডাউনৰ ফলত অসমৰ উদ্যোগ আৰু ব্যৱসায় খণ্ডত...
-
ACC Chairman to meet German Consul General
admin, , ACC News, 0
ACC Chairman Mr. Rupam Goswami will meet the German Consul General Dr. Michael Feiner on his maiden trip to...
-
Assam announces reimbursement in tax in the GST Regime
admin, , ACC News, Business News, 0
Assam has dolled up sops to woo investors ahead of global investor summit slated to be held next month...
-
GST meet organised by ACC
admin, , ACC News, 0
The Assam Chamber of Commerce is organizing a seminar today in association with Confederation of All India Traders (CAIT)...
-
PENSION SCHEME TO TRADERS IS MILESTONE DECISION OF MODI GOVT.
admin, , ACC News, Business News, 0
The Confederation of All India Traders (CAIT) today greeted Prime Minister Shri Narendra Modi for fulfilling his promise to...
-
ACC delegation meets Governor
admin, , ACC News, 0
A 5 member delegation of Assam Chamber of Commerce comprising of Chairman Mr. Rupam Goswami, Working President Mr. Sanjive...
-
Google To Help Assam During Floods
admin, , ACC News, 0
Next monsoon, people living in the flood-prone areas in Assam will be able to check inundation levels on their...