‘ত্ৰিনয়ন গ্ৰামীণ ফুড প্ৰডাক্ট’ৰ জৰিয়তে আশাৰ ৰেঙণি দেখুৱাইছে ইলামনি বৰাই
এগৰাকী মহিলা, দুচকুত অলেখ সপোন, নিজাকৈ কিবা এটা কৰাৰ। ঘৰ-সংসাৰৰ দায়িত্বই হেচাঁ মাৰি ধৰি আছিল সপোনটোক, অস্থিৰ হৈ আছিল মনটো! এসময়ত এই সপোনটোক পোখা মেলিবলৈ সাৰ-পানী দিলে নিজৰ আপোন জনে! জাগীৰোডৰ ইলামনি বৰা। ত্ৰিনয়ন গ্ৰামীণ ফুড প্ৰডাক্টৰ ৰুচি নামৰ ব্ৰেণ্ডটোৰ জৰিয়তে জাগী নামৰ…